নমস্কাৰ ,
বহু দিন হল , আহিব পৰা নাছিলো । আজি লৈ আহিছো আকৌ এটা নতুন কাহিনী ।
প্ৰিয়াৰ লগত হোৱা মোৰ চেক্স কাহিনী ।
২০১৬ চনৰ জুন মাহৰ কথা । বৰষুন দি আছিল কাৰনে মই বিচনাতে বহি ফেচবুক চাই আছিলো । দেখিলো প্ৰিয়া নামৰ ফেচবুক একাউন্ট টো অনলাইন হৈ আছে । মই এনেই হাই দি দিলো । ৰিপ্লাই আহিল । কথা পাতি পাতি পাছত গম পালো যে তাই ছোৱালী নহয় বোৱাৰি হে । মাজে মাজে মেচেজ কৰো ভাল বেয়া খবৰ লঁও । এনেকৈ বহুত দিন গল । ফ্ৰি হৈ আহিলো লাহে লাহে । অলপ ডাবল মিনিঙৰ কথা পাতিব পৰা হলো । এনেকৈ পাতি পাতি বহুত আগবাঢ়ি গলো । তেঁওৰ ঘৰ নগাঁওত । এদিন নগাঁও যাওঁতে কলো । তেওঁ আলহি খাবলে সোমাব কলে । মই ও সময় উলিয়াই গলো , নগাঁওত সাত টা মান বাজিল । গুৱাহাটী আহিবলৈ ওলালো । বহুত সময় ৰলো গাড়ীৰ বাবে কিন্তু গাড়ী নাপালো । মোৰ চিন্তা হৈ গল কি কৰিম এতিয়া । মই ভাবিলো কম দামি হোটেল ৰোম এটা লব লাগিব । সেয়ে বিচৰাত লাগিলো । এখন লজ পালো , ৩৫০ টকা । একো নাই চলি যাব । প্ৰিয়াই ফন কৰি সোধিছিল গাড়ী পালোনে নাই মই কলো পালো । কিন্তু গাড়ীৰ মাত নাছিল কাৰনে বাৰে বাৰে সোধি আছিল সঁচা কোৱা বুলি , কাৰোবাৰ ঘৰত থাকিছা ন বুলি কৈ আছিল । খং ত জ্বলি জ্বলি তাই কৈ পেলালে কোন ছোৱালী ঘৰত আছা কোৱা , যদি মোৰ ঘৰত থাকিম কলাহেতেন মই কি নালাগে বুলি কলো হেতেন নেকি , কত আছা কোৱা , কিমান সুখ লাগে মই দিম কিয় মোক কোৱা নাই , মই কি দেখত বুঢ়ি নেকি এবাৰো নকলা মোক বুলি । মই কলো নাই ও কোনো ছোৱালী ঘৰত । শপত খোৱা বুলি কলে , মই কলো তোমাৰ শপত কোনো ছোৱালী ঘৰত নাই । তেন্তে কত আছো কব কলে । মই কৈ দিলো । গাড়ী নাপালো কাৰনে লজ এখনত ৰোম লৈ আছো কলো , তাই নামানে । আকৌ কলে কোন ছোৱালী লগত আছে । মই কলো নাই কোনো ছোৱালী তুমি নিজে চাই যোৱাহি অকলে থাকিম । তাই কলে অকে মই গৈ আছো । লজ ৰ পৰা তাইৰ ঘৰ ১০ মিনিট । তাই স্কুটী লৈ আহি গল , আহি মোক নোকোৱাকে লজ ত সুধি আগতিয়াকৈ ৰোম ৰ ভাৰা দি ছেক আউত কৰাই মোৰ ৰোম আহি গল । ৰোম চাৰ্ভিচ দাদা জনে মাতিলে । মই দৰ্জা খুলি আচৰিত লগত প্ৰিয়া । দাদা জনে কলে মোক দাদা আপোনাৰ বা আহিছে ৰোম ছেক আউত কৰিছে আপোনাৰ । প্ৰিয়াই কলে কিয় এনেই ৰোম লব লাগে ,ওচৰতে বা জনি থাকোতে । মোক লৈ যাব । ওলালো যাবলে । যাওতে ৰাস্তাত মুখ খন বন্ধই নহল । ঘৰত গৈ মোক ৰোম এটাত সোমোৱায় কলে এইটো ৰোম তোমাৰ । তাৰ পাছত মোক চকু তেলেকা কৰি চায় গুচি গল । মই বিচনাতে শুই দিলো অলপ । আগলৈ . . .